নতুন লেখক/লেখিকাসকলক এখন ভাল মঞ্চ দিয়াৰ মানসেৰে আপোনালোকৰ মাজলৈ এৰি দিলোঁ ‘জোনাকী পষেকীয়া ই-আলোচনী’ৰ প্রথম বর্ষ দ্বিতীয় সংখ্যা ছেপ্তেম্বৰ ১-১৫, ২০২৪। আমাৰ আলোচনীখন প্ৰকাশৰ মুখ্য উদ্দেশ্য হ’ল অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলাৰ, নবীন লেখক/লেখিকাসকলক এখন ভাল মঞ্চ দিয়াৰ। ‘জোনাকী’ পঢ়ক আনকো পঢ়োৱাওক, ভাল শিকক সুস্থ থাকক, লগতে আপোনাৰ লিখনিসমূহ আলোচনীত দিবলৈ আমালৈ যোগাযোগ কৰক। আপোনাৰ অনুভৱ আলোচনীৰ জড়িয়তে সমাজৰ মাজত প্ৰচাৰ কৰাৰ দায়িত্ব আমাৰ।

‘জোনাকী পষেকীয়া ই-আলোচনী’ৰ প্রথম বর্ষ দ্বিতীয় সংখ্যা ছেপ্তেম্বৰ ১-১৫, ২০২৪

One thought on “জোনাকী পষেকীয়া ই-আলোচনী’ৰ প্রথম বর্ষ দ্বিতীয় সংখ্যা ছেপ্তেম্বৰ ১-১৫, ২০২৪

Leave a Reply to Suraj borgohain Cancel reply

Your email address will not be published. Required fields are marked *